Show/Hide Keyboard Layout

মন আজি মোৰ

- কংকনা কাকতি / মিন্টু কুমাৰ নাথ

মন আজি মোৰ

যাই যেন উৰি

উলাহত নাচি-নাচি

বতাহৰ বা লাগি ...

 

মন আজি মোৰ

যাই যেন উৰি

উলাহত নাচি-নাচি

বতাহৰ বা লাগি ...

 

কিয় মন মোৰো যে আজি

দূৰু দূৰু কৈ কঁপে

অজানিতে, মনে-মনে

গীতৰো সুৰে-সুৰে,

গীতৰো সুৰে-সুৰে

 

কিয় মন মোৰো যে আজি

দূৰু দূৰু কৈ কঁপে

অজানিতে, মনে-মনে

গীতৰো সুৰে-সুৰে,

গীতৰো সুৰে-সুৰে ...

 

তিয়ালে মন মোৰ আজি

পূৱাৰ নিয়ৰে আহি,

সেমেকা মনৰে পদুলি

তোমাৰ খোজৰ চিনাকি,

নিশাৰে ঘূমতি

হেৰালে ক'ৰবাত

আছা নেকি তুমি

দিশে-দিশে

আশে-পাশে

মোৰ সমীপত আহি ...

মোৰ সমীপত আহি ...

 

মন আজি মোৰ

যাই যেন উৰি

উলাহত নাচি-নাচি

বতাহৰ বা লাগি ...

 

মন আজি মোৰ

যাই যেন উৰি

উলাহত নাচি-নাচি

বতাহৰ বা লাগি ...

Hits: 3052